workers-like-us-hardly-get-anything-as

Parbhani, Maharashtra

Feb 08, 2025

‘আমাৰ দৰে শ্ৰমিকে কাচিৎহে কিবা পায়’

‘আমাৰ দৰে কাম কৰি খোৱা মানুহে কিনো পাম!’ দৈনন্দিন জীৱনত চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ একো প্ৰভাৱেই নাই বুলি ভাবে মহাৰাষ্ট্ৰৰ পাৰভানি জিলাৰ এজন দৰ্জী ছৈয়দ খুৰছিদে। খুৰছিদৰ পৰিয়ালটোৱে তিনি প্ৰজন্ম ধৰি দৰ্জীৰ কামকেই কৰি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।