when-elephants-come-calling-in-birbhum-as

Birbhum, West Bengal

Jul 29, 2023

হাতীৰ ভয়ত উছন এখন গাওঁ

পটলপুৰত এতিয়া এখনেই ঘৰ আছে - উজ্বল আৰু চন্দনা দাসৰ ঘৰ। হাতীৰ ভয়ত বাকী সকলোৱে গাওঁখন এৰি গৈছে - খেতি উচন কৰিলেও, প্ৰতিবাৰ ঘৰ ভাঙি পেলোৱাৰ পিছতো চন্দনাহঁতে এতিয়াও আশা এৰি দিয়া নাই, খেতিও এৰা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Author

Sayan Sarkar

চায়ন চৰকাৰ এগৰাকী মুক্ত সাংবাদিক। কাজী নজৰুল ইছলাম ইউনিভাৰ্চিটিৰ পৰা জনসংযোগৰ স্নাতক ডিগ্ৰীধাৰী চয়নে বিভিন্ন আলোচনীত লিখে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।