there-is-no-such-thing-as-professional-grief-as

Chennai, Tamil Nadu

Dec 18, 2024

‘পেচাদাৰী শোক বুলি একো নাই, যন্ত্ৰণা সদায়েই ব্যক্তিগত’

দেশত নিষিদ্ধ অথচ ইটোৰ পিছত সিটো চাফাইকৰ্মীৰ মৃত্যুৰ ঘটনাই এইজন প্ৰতিবেদকক গভীৰভাৱে ৰেখাপাত কৰিছে, তেওঁ সেই চাফাইকৰ্মীৰ মৃত্যু আৰু তেওঁলোকে এৰি যোৱা পৰিয়ালৰ লোকৰ জীৱনবোৰ ফটো আৰু প্ৰতিবেদনৰ যোগেদি দাঙি ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।

Editor

Rajasangeethan

ৰাজাসংগীতন চেন্নাইৰ এগৰাকী লিখক। তেওঁ তামিল নিউজ চেনেল এটাত সাংবাদিক হিচাপে কাম কৰে।