the-poet-and-bookseller-of-gariahat-as

Kolkata, West Bengal

Jul 21, 2023

গৰিয়াহাটৰ কবি আৰু গ্ৰন্থবিক্ৰেতাজন

ফুটপাথত দোকান দিয়াসকলক প্ৰায়ে উচ্ছেদ কৰা হয়, তাৰে মাজতে কিন্তু কেবাদশক ধৰি কিতাপ বিক্ৰী কৰি অহা গৰিয়াহাটৰ এইজন কবি মোহন দাস কিতাপৰ ক’লা ক’লা আখৰৰ প্ৰেমত পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Diya Majumdar

দীয়া মজুমদাৰ বেংগালুৰুৰ আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক, তেওঁ উন্নয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Translator

Mayuri Sharma Baruah

কৰ্মসূত্ৰে তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যাপনা কৰা ময়ূৰী শৰ্মা বৰুৱাৰ বাবে অনুবাদ এক শক্তিশালী মাধ্যম। মাতৃভাষা অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত দখল থকাৰ সুবাদত তেওঁ ইতিমধ্যে বহু কবিতা, গল্প তথা প্ৰৱন্ধ অসমীয়া, বাংলা আৰু ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁ নাৰী অধ্যয়ন, লিংগ অধ্যয়ন, মানৱ অধিকাৰ, শিশু সাহিত্যৰ দৰে বিষয়ত চৰ্চা কৰাত অধিক আগ্ৰহী।