sumits-journey-to-meet-himself-as

Rohtak, Haryana

Apr 09, 2024

সুমিতৰ নিজকে বিচাৰি পোৱাৰ যাত্ৰা

যৌন আৰু লৈংগিক বৈষম্যভিত্তিক হিংসা বিভিন্ন প্ৰকাৰে প্ৰকট হ’ব পাৰে। পৰিয়ালৰ বাধাৰ পৰা আৰম্ভ কৰি অন্তহীন চিকিৎসা আৰু আইন সম্পৰ্কীয় মেৰপেচৰ মাজেৰে পাৰ হৈ সুমিতে তেওঁৰ নিজৰ লিংগীয় পৰিচয় সাব্যস্ত কৰোঁতে অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে, এয়া তেওঁৰ যাত্ৰাৰ প্ৰতিবেদন

Series Editor

Anubha Bhonsle

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ekta Sonawane

একতা সোণাৱানে এগৰাকী মুক্ত সাংবাদিক। তেওঁ জাতি, শ্ৰেণী আৰু লিংগ বিষয়ক প্ৰতিবেদন যুগুতায়।

Editor

Pallavi Prasad

পল্লৱী প্ৰসাদ মুম্বাইৰ এগৰাকী মুক্ত সাংবাদিক আৰু য়াং ইণ্ডিয়া ফেল’। লেডী শ্ৰী ৰাম কলেজৰ পৰা ইংৰাজী বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী পল্লৱীয়ে লিংগ, সংস্কৃতি আৰু স্বাস্থ্যবিষয়ক লেখা-মেলা কৰে।

Series Editor

Anubha Bhonsle

অনুভা ভোসলে ২০১৫ৰ পাৰি ফেল’, এগৰাকী মুক্ত সাংবাদিক আৰু আই চি এফ জে নাইট ফেল’ধাৰী। মণিপুৰ আৰু সশস্ত্ৰ সুৰক্ষা বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰভাৱৰ ঐতিহাসিক পটভূমিৰ আলম লৈ ‘মাদাৰ, হুৱেৰ ইজ মাই কাণ্ট্ৰি’ শীৰ্ষক গ্ৰন্থখনৰ তেওঁ গ্ৰন্থকাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।