state-reassures-protesting-ashasonce-again-as

South Mumbai, Maharashtra

Mar 08, 2024

প্ৰতিশ্ৰুতি ৰক্ষাৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি আশাকৰ্মীলৈ

মহাৰাষ্ট্ৰৰ ৩৬খন জিলাৰ সহস্ৰাধিক আশাকৰ্মীৰ লগতে মহিলা স্বাস্থ্যকৰ্মীয়ে সময়মতে উচিত দৰমহা পোৱাৰ চৰকাৰী আদেশৰ প্ৰতিশ্ৰুতি পূৰণৰ দাবীত এক সমদলত অংশগ্ৰহণ কৰিছে৷ শেহতীয়াকৈ আজাদ ময়দান খেলপথাৰত আশাকৰ্মীসকলৰ ২১ দিনীয়া প্ৰতিবাদ ৰাজ্যিক চৰকাৰৰ হস্তক্ষেপত ক্ষান্ত হয়৷ বিগত ছটা মাহত তিনিবাৰকৈ চৰকাৰী প্ৰতিশ্ৰুতি লাভ কৰিও সেই প্ৰতিশ্ৰুতি এতিয়াও কাগজতে সীমাবদ্ধ হৈ ৰ’ল। সেইসকল মহিলাৰ একতা আৰু অধিকাৰৰ যুঁজ উপলক্ষে আন্তৰ্জাতিক মহিলা দিৱসৰ এই প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritu Sharma

ঋতু শৰ্মা পাৰিৰ বিপন্ন ভাষা শিতানৰ সমল সম্পাদক। ভাষাতত্ত্বৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঋতুয়ে ভাৰতৰ কথিত ভাষাসমূহ সংৰক্ষণ আৰু পুনৰোদ্ধাৰৰ কাম কৰাত আগ্ৰহী।

Author

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷