srinagars-wood-carver-still-chiselling-as

Srinagar, Jammu and Kashmir

Jun 14, 2023

পুৰণি শৈলীক নকৈ চোৱাৰ চেষ্টা কাৰুশিল্পী গোলাম নবীৰ

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কাৰুশিল্পী গোলাম নবীয়ে অতীত হৈ পৰা শৈলীক পুনৰোদ্ধাৰৰ চেষ্টা কৰিছে

Student Reporter

Moosa Akbar

Editor

Riya Behl

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Moosa Akbar

মুছা আকবৰে কাশ্মীৰৰ শ্ৰীনগৰৰ শ্ৰী প্ৰতাপ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা দ্বাদশ শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিছে। তেওঁ পাৰিত ২০২১-২০২২ৰ শিক্ষানবিচ হৈ থকা সময়ত এই ষ্ট’ৰিটো কৰিছিল।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।