singing-abhang-fills-me-with-joy-as

Kolhapur, Maharashtra

Jul 04, 2023

‘অভংগ গাই মই আনন্দত আত্মহাৰা হওঁ’

বিঠৌবা ভক্ত ৰেখাতাঈয়ে কাৰ্তিক ৱাৰি নামে সোলাপুৰ জিলাৰ পান্ধাৰপুৰ মন্দিৰলৈ বুলি ওলোৱা বাৰ্ষিক পদযাত্ৰাত অবিৰাম ভক্তিগীত পৰিৱেশন কৰে আৰু কবিতা পাঠ কৰে

Translator

Pankaj Das

Text Editor

S. Senthalir

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Medha Kale

মহিলা আৰু স্বাস্থ্যক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাসম্পন্ন তুলজাপুৰৰ মেধা কালে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মাৰাঠী অনুবাদ সম্পাদক।

Text Editor

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।