sarkari-schemes-forsaken-hymns-as

Bankura, West Bengal

Oct 26, 2024

চৰকাৰী আঁচনি আৰু নিষিদ্ধ কেইটামান স্তৱক

মানুহ আৰু মাটিৰ সৈতে নিবিড় সম্পৰ্কৰে জীয়াই থাকিবলৈ আগ্ৰহী এগৰাকী কবিয়ে খাটিখোৱা মানুহৰ জীৱন সংগ্ৰাম আৰু চৰকাৰী আঁচনিয়ে কৰা ভেঙুচালিক কেইটামান স্তৱক আৰু টুকুৰা-টুকুৰ লেখাৰে ফুটাই তোলাৰ যত্ন কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Joshua Bodhinetra

জশুৱা বোধিনেত্ৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিৰ ভাৰতীয়া ভাষা কাৰ্য্যসূচী পাৰিভাষাৰ সমল ব্যৱস্থাপক। কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ এমফিল ডিগ্ৰীধাৰী জশুৱা এগৰাকী বহুভাষিক কবি, অনুবাদক, কলা সমালোচক আৰু সমাজকৰ্মী।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Aunshuparna Mustafi

অংশুপৰ্ণা মুস্তাফিয়ে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য বিষয়ত অধ্যয়ন কৰিছে। তেওঁ কাহিনীৰ কথনশৈলী, ভ্ৰমণ কাহিনী, দেশ বিভাজনৰ নেৰেটিভ আৰু নাৰী অধ্যয়নত আগ্ৰহী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।