reclaiming-the-past-the-present-and-the-prophet-as

Sheopur, Madhya Pradesh

Feb 11, 2024

অতীত, বৰ্তমান আৰু ভৱিষ্যত ঘূৰাই পোৱাৰ কবিতা

দলিত আৰু আদিবাসী সম্প্ৰদায়ৰ বিস্থাপিত শিশুৰ শিক্ষাৰ হকে নিজকে উৎসৰ্গিত কৰা এগৰাকী কবি তথা শিক্ষকে জনতাৰ ক্ষোভক কবিতাৰ যোগেদি প্ৰকাশ কৰিছে

Poem and Text

Syed Merajuddin

Editor

PARI Desk

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Syed Merajuddin

ছৈয়দ মেৰাজুদ্দিন এগৰাকী কবি আৰু শিক্ষক। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ আগাৰাত। বিস্থাপিত আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ শিশুৰ বাবে উচ্চতৰ মাধ্যমিক স্কুল চলোৱা আধাৰশীলা শিক্ষা সমিতি নামে সংস্থাটোৰ তেওঁ সহ-প্ৰতিস্থাপক আৰু সচিব। বৰ্তমান তেওঁ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত থাকে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।