my-students-tell-their-stories-through-photos-as

Chennai, Tamil Nadu

Sep 07, 2023

'ফটোৰে নিজৰ কথা কোৱা মোৰ শিক্ষাৰ্থীসকল’

'পাৰি’ৰ ফটোগ্ৰাফাৰ এম. পালানি কুমাৰৰ বিশেষ কৰ্মশালাত জীৱনত প্ৰথমবাৰৰ বাবে হাতত কেমেৰা তুলি লৈছে অনাময় কৰ্মী, মাছমৰীয়া আৰু আন সামাজিক তথা আৰ্থিকভাৱে অনগ্ৰসৰ সম্প্ৰদায়ৰ একাংশ শিক্ষাৰ্থীয়ে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।