lohars-in-sonipat-futures-on-the-anvil-as

Sonipat, Haryana

Mar 20, 2024

সোণিপটৰ কমাৰৰ দোদুল্যমান ভৱিষ্যৎ

যাযাবৰ সম্প্ৰদায়ৰ (লোহাৰ) চালমা আৰু বিজয়ে হাৰিয়ানাৰ বাহালগড় বজাৰৰ ফুটপাথৰ অস্থায়ী চালি এখনৰ তলত থাকি কাম কৰে৷ পদে পদে উচ্ছেদৰ ভয়ে শংকিত কৰিলেও তেওঁলোকে নিতৌ লোৰ চালনী, হাতুৰী-বটালি, কুঠাৰ আদিকে ধৰি বিভিন্ন লোৰ সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰী কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Sthitee Mohanty

স্থিতি মহান্তি হাৰিয়ানাৰ অশোক বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্য আৰু মিডিয়া অধ্যয়নৰ স্নাতক শিক্ষাৰ্থী। ওড়িশাৰ কটকৰ বাসিন্দা স্থিতিয়ে নগৰ আৰু গাঁৱৰ পাৰ্থক্য তথা ভাৰতৰ জনসাধাৰণৰ বাবে 'উন্নয়ন'ৰ অৰ্থ কি সেয়া অধ্যয়ন কৰিবলৈ আগ্ৰহী।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷