living-in-fear-tribals-in-madhya-pradesh-as

Dewas, Madhya Pradesh

Oct 20, 2023

সন্ত্ৰাসিত সময়ৰ অৱসানৰ আশাত মধ্যপ্ৰদেশৰ জনজাতীয় লোক

এই অঞ্চলৰ ২০ শতাংশ লোক অনুসূচিত জনজাতিৰ যদিও তেওঁলোক কোনো কাৰণতে সুৰক্ষিত নহয়। তেওঁলোকৰ বিৰুদ্ধে উৎপীড়নৰ হাৰ অভিলেখ সংখ্যক হৈছেগৈ আৰু হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা নাই

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।