levelling-the-field-for-artistic-labour-as

Jaipur, Rajasthan

Nov 23, 2023

লোকশিল্পীৰ আৰ্থিক সুৰক্ষাৰ দিশে এখোজ

পৰিৱেশ্য লোককলাৰ শিল্পী যেনে মগনিয়াৰ, বহুৰূপী আৰু তেৰাহ তালি পৰিৱেশকসকলে উপাৰ্জনৰ মুখ দেখিবলৈ গোটেই বছৰটো উৎসৱ-পাৰ্বণ আদিলৈ অপেক্ষা কৰি থাকিবলগীয়া হয়। উপাৰ্জনৰ নিশ্চিতি নথকা এই শিল্পীসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ৰাজস্থান চৰকাৰে ১০০ দিনৰ নিশ্চিত নিয়োগৰ এক নতুন আঁচনি মুকলি কৰিছে

Editor

PARI Desk

Video Editor

Urja

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shalini Singh

ਸ਼ਾਲਿਨੀ ਸਿੰਘ ਕਾਊਂਟਰ ਮੀਡੀਆ ਟਰੱਸਟ, ਪਾਰੀ ਪਬਲਿਸ਼ਿੰਗ ਹਾਊਸ ਦੇ ਸੰਸਥਾਪਕ ਟਰੱਸਟੀ ਹਨ। ਵਾਤਾਵਰਣ, ਲਿੰਗ ਅਤੇ ਸੱਭਿਆਚਾਰ ਨਾਲ਼ ਜੁੜੇ ਮੁੱਦਿਆਂ 'ਤੇ ਲਿਖਣ ਵਾਲ਼ੇ ਦਿੱਲੀ ਦੇ ਪੱਤਰਕਾਰ ਨੂੰ ਹਾਰਵਰਡ ਯੂਨੀਵਰਸਿਟੀ ਨੇ ਪੱਤਰਕਾਰੀ 'ਚ ਸਾਲ 2017-2018 ਲਈ ਨੀਮੈਨ ਫੈਲੋ ਨਾਲ਼ ਵੀ ਸਨਮਾਨਿਤ ਕੀਤਾ ਹੈ।

Video Editor

Urja

ঊৰ্জা পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সহকাৰী ভিডিঅ' সম্পাদক। তথ্যচিত্ৰ নিৰ্মাতা হিচাপে তেওঁ শিল্পকলা, জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। ঊৰ্জাই পাৰিৰ ছচিয়েল মিডিয়া টিমটোৰ লগতো কাম কৰে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।