kukdeshwars-paan-leaf-is-wilting-as

Neemuch, Madhya Pradesh

Jan 17, 2024

কুকড়েশ্বৰত সংকটত পাণৰ খেতি

মধ্যপ্ৰদেশৰ এই গাঁওখনত প্ৰকাশ বুন্দিৱালৰ দৰে ক্ষুদ্ৰ পাণ খেতিয়কে প্ৰখৰ ৰ’দ, বৰষুণ, ধুমুহা আৰু প্ৰচণ্ড শীতকো নেওচি এই খেতি কৰি আহিছে। অৱশ্যে এই খেতিয়কসকলে আজিলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো সহায়-সহযোগ লাভ কৰা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Harsh Choudhary

হৰ্ষ চৌধাৰী ছ’নিপটস্থিত অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী। তেওঁ মধ্যপ্ৰদেশৰ কুকড়েশ্বৰত ডাঙৰ-দীঘল হৈছে।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।