kisan-mazdoor-mahapanchayat-held-in-delhi-as

New Delhi, Delhi

Mar 15, 2024

দিল্লীত কিষাণ মজদুৰ মহাপঞ্চায়ত

দিল্লীৰ ৰামলীলা মৈদানত ২০২৪ৰ ১৪ মাৰ্চত হাজাৰ হাজাৰ কৃষক মহাপঞ্চায়ত উপলক্ষে সমবেত হয়। তিনিবছৰ আগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি যে এতিয়াও পূৰণ হ’বলৈ বাকী, সেয়া সোঁৱৰাই দিবলৈ তেওঁলোক এনেদৰে শান্তিপূৰ্ণভাৱে সমবেত হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Author

Namita Waikar

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Photographs

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।