in-kholdoda-a-night-watch-on-a-machan-as

Nagpur, Maharashtra

Jun 16, 2023

টঙিঘৰত এৰাতি: দিনত শ্ৰম, ৰাতি পহৰা দি চপোৱা সোণগুটি

তাড়োবা আন্ধাৰী টাইগাৰ ৰিজাৰ্ভ আৰু ইয়াৰ আশে-পাশে বাস কৰা কৃষকসকলৰ বাবে নিশাৰ ভাগত তেওঁলোকৰ শস্যপথাৰত পহৰা দিয়াটো বৰ প্ৰয়োজনীয় দৈনন্দিন কাম। এনেকৈ দিনত কাম আৰু ৰাতি পহৰা দি তেওঁলোক শাৰীৰিক আৰু মানসিক দুয়োফালৰ পৰা ভাঙি পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।