in-kashmir-a-lake-no-more-as

Bandipore, Jammu and Kashmir

Jun 20, 2024

কাশ্মীৰত এটা হ্ৰদৰ অকাল মৃত্যু

ভাৰতৰ সবাতোকৈ বৃহৎ অলুণীয়া পানীৰ উৎস হিচাপে জনাজাত উলৰ হ্ৰদত হোৱা প্ৰদূষণে তাত থকা জলজ জীৱৰ সংখ্যা অস্বাভাৱিক ধৰণে হ্ৰাস কৰি আনিছে৷ যিসকল মাছমৰীয়া উলৰ হ্ৰদৰ মাছৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰো জীৱিকা এতিয়া সংকটাপন্ন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷