in-chhattisgarh-shaila-nritya-gets-going-as

Surguja, Chhattisgarh

Oct 23, 2023

চত্তীশগড়ত শইচ সোণালী ৰং-ৰহইচৰ শৈলানৃত্য

একাধিক বাদ্যযন্ত্ৰৰ চেৱত জনজাতীয় সমাজৰ পুৰুষে নানাৰঙী পোচাক পিন্ধি সোণালী শইচ চপোৱাৰ উচৱ উপলক্ষে প্ৰাণভৰি নাচে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Video Editor

Shreya Katyayini

শ্ৰেয়া কাত্য়ায়িনী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ ভিডিঅ’ সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।