in-bastar-fear-at-the-funeral-chh-as

Bastar, Chhattisgarh

Oct 13, 2023

বাস্তাৰত এতিয়া মৃতদেহ সমাধিস্থ কৰিবলৈকো ভয়!

ছত্তীশগড়ৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী জনজাতীয় পৰিয়ালসমূহে আপোনজনৰ মৃত্যুৰ পিছত শেষকৃত্য কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে। সোঁপন্থী সংগঠনসমূহে তেওঁলোকক গাঁৱৰ চৌহদৰ ভিতৰত খ্ৰীষ্টান ৰীতি-নীতি পালনত বাধা দিয়াৰ লগতে ভয়-ভবুকিৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাই আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।