in-ahmedabad-the-painters-of-signs-as

Ahmedabad, Gujarat

Apr 21, 2024

আহমেদাবাদৰ ছাইনব’ৰ্ডৰ চিত্ৰকৰ

হাতে অঁকা ফলকৰ এক স্বকীয়তা থাকে, তাত চিত্ৰকৰৰ হাতৰ পৰশ থাকে। কিন্তু গ্ৰাহকে আজিকালি সস্তীয়া ডিজিটেল বিকল্পলৈ মুখ কৰাই এনে চিত্ৰকৰসকলৰ জীৱিকা বিপন্ন হৈ পৰিছে

Student Reporter

Atharva Vankundre

Photo Editor

Binaifer Bharucha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Atharva Vankundre

অথৰ্ৱ বাংকুন্দ্ৰে মুম্বাইৰ এগৰাকী ষ্ট’ৰিটেলাৰ আৰু ইলাষ্ট্ৰেটৰ। তেওঁ ২০২৩ৰ জুলাইৰ পৰা আগষ্টলৈ পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিছে।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।