i-once-voted-to-build-the-country-now-i-am-voting-to-save-it-as

Beed, Maharashtra

May 30, 2024

‘তেতিয়া ভোট দিছিলো দেশ নিৰ্মাণৰ হকে, এইবাৰ দিম দেশ ৰক্ষাৰ বাবে’

ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ কথা ৯২ বৰ্ষীয় খোৱাজা মইনুদ্দিনৰ এতিয়াও মনত আছে, এইবাৰ তেওঁ ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভোট দিছে। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ বাসিন্দা মইনুদ্দিন ডাঙৰীয়াই আমাৰ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।