i-got-six-pack-abs-just-like-that-as

Meerut, Uttar Pradesh

Jan 12, 2024

‘ছিক্স পেক এবচ্ এনেয়ে আহি গ’ল’

মীৰাটৰ নিম্ন আয়সম্পন্ন মুছলমান পৰিয়ালৰ যুৱকে ফিটনেচ আৰু জিমৰ সা-সঁজুলিৰ ধাতু গঢ়া-পিতা কাম কৰে, সেয়া তেওঁলোকৰ পেট প্ৰৱৰ্তোৱাৰ অতিশয় গুৰুত্বপূৰ্ণ উপায়। তেওঁলোকে ধাতু কটা, জ্বালাই কৰা, ধাতু মজা, ফিনিশ্চিং দিয়া, পাউডাৰ কোটিং কৰা আৰু শেষত সেই ধাতুৰ পাৰ্টছবোৰ পেকিং কৰি পঠিওৱা কাম কৰে, সেই পাৰ্টছবোৰেই পিছত জিম আৰু ফিটনেচ চেণ্টাৰত এচেম্বল কৰা হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shruti Sharma

শ্ৰুতি শৰ্মা এম.এম.এফ.–পাৰি ফেল’ (২০২২-২৩)। তেওঁ কলিকতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজত ভাৰতত খেল সামগ্ৰী তৈয়াৰীৰ সামাজিক ইতিহাস বিষয়ৰ ওপৰত পি.এইছডি-ৰ বাবে কৰ্মৰত।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।