i-dont-want-to-go-home-as

New Delhi, Delhi

Aug 27, 2024

‘মই ঘৰলৈ উভতিব নিবিচাৰো’

যৌন আৰু লিংগভিত্তিক হিংসা প্ৰায়ে আত্মীয়-সম্পৰ্কীয় আৰু চিনা-জনা মানুহৰ পৰাই আৰম্ভ হয়। ঠিক তেনেই ঘটনা ঘটিছিল কোমলৰ লগত। এজনী অসমীয়া কিশোৰী, যিয়ে দিল্লীৰ পতিতালয়লৈ গৈহে ‘পলাই সাৰিব’ পাৰিছিল। দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি তেওঁ অভিযোগ কৰা ধৰ্ষণকাৰী সম্পৰ্কীয়ৰ ঘৰলৈ পুনৰ উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিলে

Illustration

Priyanka Borar

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pari Saikia

পাৰি শইকীয়া এগৰাকী মুক্ত সাংবাদিক আৰু তেওঁ দক্ষিণ-পূব এছীয়া আৰু ইউৰোপৰ মানৱ সৰবৰাহ নথিভুক্তকৰণ কৰে। তেওঁ জাৰ্নেলিজিম ফাণ্ড ইউৰোপৰ ২০২৩, ২০২২ আৰু ২০২১ৰ ফেল’।

Illustration

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Editor

Anubha Bhonsle

অনুভা ভোসলে ২০১৫ৰ পাৰি ফেল’, এগৰাকী মুক্ত সাংবাদিক আৰু আই চি এফ জে নাইট ফেল’ধাৰী। মণিপুৰ আৰু সশস্ত্ৰ সুৰক্ষা বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰভাৱৰ ঐতিহাসিক পটভূমিৰ আলম লৈ ‘মাদাৰ, হুৱেৰ ইজ মাই কাণ্ট্ৰি’ শীৰ্ষক গ্ৰন্থখনৰ তেওঁ গ্ৰন্থকাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।