i-collect-garbage-it-doesnt-mean-i-am-garbage-as

Pune, Maharashtra

Oct 03, 2023

‘জাবৰ সংগ্ৰহ কৰিলো বুলিয়েই মোক জাবৰ জ্ঞান নকৰিব’

স্বচ্ছ ভাৰত দিৱস, ২ অক্টোবৰৰ দিনা পুণেত জাবৰ সংগ্ৰহ মহিলাসকলৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ

Video Editor

Sinchita Parbat

Translator

Pankaj Das

Text Editor

Sanviti Iyer

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavita Carneiro

কবিতা কাৰ্নেৰু পুণেৰ এগৰাকী স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ এটা দশক ধৰি সমাজক প্ৰভাৱিত কৰিবপৰা প্ৰকৃতিৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি আহিছে। ৰাগবিৰ ওপৰত তেওঁৰ এখন ফিচাৰ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ হৈছে জাফাৰ এণ্ড টুৰু। শেহতীয়াকৈ তেওঁ বিশ্বৰ সৰ্ববৃহৎ লিফ্ট ইৰিগেশ্যন প্ৰকল্পৰ ওপৰত কালেশ্বৰম নামে চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিছে।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Text Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।