i-cannot-lead-a-false-life-as

Chengalpattu, Tamil Nadu

Dec 07, 2024

‘ভুৱা জীৱন এটা মই জীয়াব নোৱাৰোঁ’

ৰম্যা এগৰাকী ৰূপান্তৰিত মহিলা যিসকলক ইৰুলাৰ সম্প্ৰদায়ৰ মাজত তিৰুনাংগাই বুলি জনা যায়। তেওঁ কয় যে তেওঁলোকৰ দৰে ৰূপান্তৰিত মহিলাৰ নাগৰিক আৰু ৰাজনৈতিক সংস্থা বাঢ়িছে আৰু তেওঁ সোনকালেই পঞ্চায়ত নিৰ্বাচনত থিয় দিয়াৰ পৰিকল্পনা কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smitha Tumuluru

স্মিতা টুমুলুৰু বাংগালুৰুৰ এগৰাকী ডকুমেণ্টৰী ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্পক লৈ কৰা তেওঁৰ পূৰ্বৰ কামে গ্ৰাম্য জীৱন বিষয়ক সাংবাদিকতাত তেঁও কিমান সংবেদনশীল সেয়া স্পষ্ট কৰি তোলে।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।