gondias-poor-still-bank-on-3ms-mahua-mnrega-and-migration-as

Bhandara, Maharashtra

Apr 19, 2024

মহুৱা, মনৰেগা আৰু প্ৰব্ৰজনৰ চক্ৰত আৱদ্ধ গন্দিয়াৰ দৰিদ্ৰৰ জীৱন

মহুৱা, তেন্দু পাত আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত (মনৰেগা) ভিতৰতে আৱদ্ধ হৈ পৰিছে ভাৰতৰ এচাম দৰিদ্ৰ লোকৰ জীৱন৷ ২০২৪ চনৰ ১৯ এপ্ৰিলত দেশৰ লোকসভাৰ নিৰ্বাচনত ভোট দিবলৈ ওলোৱাৰ প্ৰাকমুহূৰ্তত আৰাট্টোণ্ডি গাঁৱৰ এই আদিবাসী লোকসকলে বিগত ১০টা বছৰত কঠিন পৰিস্থিতিত জৰ্জৰিত জীৱনৰ সমস্যাৰ বিষয়ে কয়…

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷