gond-art-stories-of-the-forest-and-the-land-as

Bhopal, Madhya Pradesh

Apr 08, 2024

গ’ণ্ড কলা : অৰণ্য আৰু ভূমিৰ কাহিনী

সুৰেশ ধুৰ্বেয়ে নিজৰ পেইন্টিঙেৰে কাহিনী কয়... অৰণ্যৰ কাহিনী, গছ, জীৱ-জন্তু আৰু মানুহৰ কাহিনী আৰু ইহঁতৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ গুৰুত্বপূৰ্ণ কাহিনী। ভুপালত থকা তেওঁৰ দৰে গ’ণ্ড শিল্পীৰ নাম জি আই আবেদনকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই যি টেগ ২০২৩ চনত গ’ণ্ড শিল্পক প্ৰদান কৰা হৈছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Quiline Kakoty

কুইলিন কাকতি দিল্লীস্থিত এগৰাকী মুক্ত সাংবাদিক, লেখক, ব্লগাৰ তথা অনুবাদক। কুইলিনে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা আৰু অনুবাদৰ সৈতে জড়িত হৈ আছে আৰু কেইবাখনো শীৰ্ষস্থানীয় বাতৰি কাকত, আলোচনী আৰু ৱেব পৰ্টেলত লিখা-মেলা কৰে।