godna-art-stories-in-ink-as

Ranchi, Jharkhand

Dec 12, 2024

চিয়াহীৰে লিখা কাহিনী: গোদনা শিল্প

ঝাৰখণ্ডৰ গোদনা নামে টেটু কৰা কলা প্ৰতিটো জনজাতি আৰু বৰ্ণই প্ৰতি ভিন্ন। ঘাইকৈ মহিলাসকল এই শিল্পৰ লগত জৰিত। প্ৰাচীন এই পৰম্পৰাত নিৰাময়ৰ শক্তি থকা বুলি বিশ্বাস কৰা হয়। কিন্তু টেটুৱে জাতি, লিংগ আৰু আন সামাজিক শ্ৰেণীবিভাজনৰ কথাও সোঁৱৰাই দিয়ে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।