fish-turned-me-into-a-good-photographer-as

Madurai, Tamil Nadu

Jun 30, 2023

'মাছেই মোক ভাল ফটোগ্ৰাফাৰ হ’বলৈ শিকালে’

মাছমৰীয়াৰ পৰিয়ালত জন্মগ্ৰহণ কৰি কিদৰে ডাঙৰ-দীঘল হৈছিল আৰু জীৱন-যাপন কৰিছিল সেই বিষয়ে লিখিছে পাৰিৰ ফটোগ্ৰাফাৰ পালানিয়ে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।