dead-men-tell-tales-in-shivpuri-as

Shivpuri, Madhya Pradesh

Dec 18, 2023

শিৱপুৰীৰ মৃত মানুহৰ আত্মকথা

মধ্যপ্ৰদেশত বহু কৃষকক ‘মৃত’ ঘোষণা কৰা হৈছিল। এয়া হৈছে ৰাজ্যখনৰ কেইবাখনো গাঁৱত সংঘটিত এক কেলেংকাৰী, য’ত প্ৰৱঞ্চকে ‘মৃতক’ৰ নাম লৈ ধন আত্মসাৎ কৰিছে। এনে পৰিপ্ৰেক্ষিতত এই লোকসকলৰ বাবে স্বাভাৱিক জীৱন-যাপন এতিয়া হৈ পৰিছে দুৰূহ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editors

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Editors

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।