chandrapurs-cultivators-farming-in-fear-as

Chandrapur, Maharashtra

Sep 30, 2023

বাঘৰ ভয়ত দিন কটোৱা মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ কৃষকসকলৰ দুখ-দুৰ্দশা

সংৰক্ষিত বনাঞ্চলৰ পাশ্বৱৰ্তী অঞ্চলবোৰত ক্ৰমাৎ বন্য জীৱ-জন্তুৰ সৈতে মানুহৰ সংঘাত বৃদ্ধি পাইছে। বহু মানুহ বাঘ, বন-গাহৰিৰ আক্ৰমণত হতাহত হৈছে। জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা অনিশ্চয়তা আৰু মূল্যবৃদ্ধিৰ সমস্যাৰে জৰ্জৰিত কৃষকসকলৰ সমুখত আহি পৰিছে আন এক বিপদ। তাড়োবা-আন্ধেৰি ব্যাঘ্ৰ প্ৰকল্পৰ আশে-পাশে থকা গ্ৰামাঞ্চলত মানুহ-বন্যপ্ৰাণীৰ মাজত সংঘাত স্বাভাৱিক ঘটনাত পৰিণত হৈ পৰিছে। এনে এক পৰিস্থিতিত কিদৰে জীৱন নিৰ্বাহ কৰিছে স্থানীয় লোকসকলে সেই লৈ এক বিশেষ প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

PARI Team

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।