bihars-chhapa-artisans-wafer-thin-margins-as

Patna, Bihar

Jan 10, 2024

বিলুপ্তিৰ দিশে বিহাৰৰ ছাপা শিল্প

এয়া শত শত বছৰ পুৰণি শিল্পচাতুৰ্য্য। এলুমিনিয়ামৰ পাতল পাট এখনেৰে ছাপা শিল্পীয়ে কাপোৰত ধাতু বা কাঠত কটা ফুলৰ আৰ্হি আৰু আন ডিজাইনৰ সাঁচ বহুৱায়। সুক্ষ্ম শিল্পকুশলতাৰ প্ৰয়োজন হোৱা এইবিধ কলা ঋতুগত জীৱিকাহে, বিয়াৰ বতৰতহে এই শিল্পীসকলক মানুহে বিচাৰে, বছৰটোৰ আন সময়ত তেওঁলোকে দিনহাজিৰা কৰি জীৱিকা উপাৰ্জন কৰিবলগীয়া হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰায় ২০২৫ৰ এগৰাকী পাৰি তক্ষশীলা ফেল’ আৰু ২০২২ৰ প্ৰাক্তন পাৰি ফেল’। বিহাৰৰ এগৰাকী মুক্ত সাংবাদিক হিচাপে তেওঁ উপান্ত শ্ৰেণীৰ প্ৰতিবেদন যুগুতায়।

Editors

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Editors

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Photographs

Shreya Katyayini

শ্ৰেয়া কাত্য়ায়িনী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ ভিডিঅ’ সম্পাদক।

Photographs

Umesh Kumar Ray

উমেশ কুমাৰ ৰায় ২০২৫ৰ এগৰাকী পাৰি তক্ষশীলা ফেল’ আৰু ২০২২ৰ প্ৰাক্তন পাৰি ফেল’। বিহাৰৰ এগৰাকী মুক্ত সাংবাদিক হিচাপে তেওঁ উপান্ত শ্ৰেণীৰ প্ৰতিবেদন যুগুতায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।