between-the-forest-and-the-road-as

Saharanpur, Uttar Pradesh

Jun 28, 2023

অৰণ্য আৰু ৰাস্তাৰ মাজৰ এটা গৰখীয়া বাট

উত্তৰাখণ্ডৰ পাহাৰ-পৰ্বতেৰে ভৰা অৰণ্যত বন গুজ্জৰ সম্প্ৰদায়ৰ লোকে সন্মুখীন হোৱা সমস্যাৰ ওপৰত এখন ছবি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shashwati Talukdar

শাশ্বতী তালুকদাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ তথ্যচিত্ৰ, কাল্পনিক আৰু পৰীক্ষণমূলক চিনেমা বনায়। তেওঁৰ চলচ্চিত্ৰসমূহ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মহোৎসৱ আৰু বীথিকাত প্ৰদৰ্শিত হৈছে।

Text Editor

Archana Shukla

অৰ্চনা শুক্লা পাৰিৰ প্ৰাক্তন সমল সম্পাদক। 

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।