banking-on-mahua-in-chhattisgarh-as

Raipur, Chhattisgarh

Aug 28, 2023

আকালৰ দিনৰ সম্বল এই মহুৱা ফুল

বছৰি এনেকৈ মহুৱাৰ ফুল সংগ্ৰহ কৰিবলৈ পৰিয়ালৰ সকলোৱে মহুৱা গছৰ তলে তলে ঘূৰি ফুৰে। মহুৱা গোটোৱাটো হৈ পৰে এক উৎসৱ, সুৰক্ষিত ভৱিষ্যতৰ আশাত তেওঁলোকে এই সৰি পৰা ফুলবোৰ গোটাই ফুৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।