ask-us-what-we-need-and-want-as

Gadchiroli, Maharashtra

May 08, 2024

‘আমাক কি লাগে, কিহৰ প্ৰয়োজন, এবাৰ সোধক’

মহাৰাষ্ট্ৰৰ গড়চিৰোলি জিলাৰ অৰণ্যাঞ্চলত লোৰ খনিয়ে জনজাতীয় লোকৰ বাসস্থান আৰু সংস্কৃতি দুয়োটালৈ ভাবুকি কঢ়িয়াই আনিছে। বছৰ বছৰ ধৰি এই অঞ্চলটো ৰাজ্যিক সুৰক্ষা বল আৰু চিপিআই (মাওবাদী)ৰ সংঘৰ্ষৰে জৰ্জৰিত। এইবছৰ জনজাতীয় বেষ্টনীৰ ১,৪৫০ খন গাওঁসভাই ২০২৪ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক চৰ্তসাপেক্ষে সমৰ্থন আগবঢ়াইছে, তাৰ কিছু কাৰণ আছে…

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।