and-odho-jam-weeps-as

Kachchh, Gujarat

Jan 09, 2024

বিৰহ বেদনাত উচুপি উঠে অধো জাম…

প্ৰিয়জনৰ লগত বিচ্ছেদৰ বিৰহ বেদনাৰ এই গীতটি কচ্ছৰ কিংবদন্তিমূলক নায়ক-নায়িকা অধো জাম আৰু হোঠাল পদ্মিনীৰ কাহিনীক লৈ ৰচিত

Illustration

Priyanka Borar

Translator

Deity

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Text

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Translator

Deity

গুৱাহাটীৰ ডেইটী এগৰাকী অনুবাদক আৰু লিখক। তেওঁ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব বিচাৰে।