ambegaons-farmers-fear-raiding-bisons-as

Pune, Maharashtra

Nov 11, 2024

মেঠোনৰ ভয়ত, ক্ষতিপূৰণৰ অভাৱত খেতি এৰিছে আম্বেগাঁৱৰ কৃষকে

সেউজ তৃণভূমি আৰু বসতিস্থল হেৰুওৱাৰ ফলত মেঠোন আৰু আন বন্য জীৱ-জন্তুই মহাৰাষ্ট্ৰৰ খেতিপথাৰ তহিলং কৰিবলৈ লৈছে। এনেকৈ খেতিৰ বিস্তৰ ক্ষতি হৈছে আৰু উচিত ক্ষতিপূৰণ নোপোৱাৰ ফলত কৃষকে খেতি কৰিবলৈ এৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Student Reporter

Aavishkar Dudhal

অভিস্কাৰ দুধলে সাবিত্ৰীবাঈ ফুলে পুণে বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰমত অধ্যয়নৰত। কৃষিক্ষেত্রখনত বৰ আগ্ৰহ থকা অভিস্কাৰে পাৰিত ইণ্টাৰ্ণশ্বিপৰ অংশ হিচাপে এই প্ৰতিবেদন যুগুতাইছে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।