all-work-and-no-play-for-cricket-ball-makers-as

Meerut, Uttar Pradesh

Jul 17, 2023

ৰঙা এটা চিকচিকীয়া বল আৰু জনপ্ৰিয় এখন খেলৰ আঁৰৰ পৰিশ্ৰান্ত শিল্পী

ক্ৰিকেট খেলৰ কেন্দ্ৰবিন্দু সেই চকচকীয়া ৰঙা বলটো মীৰাট জিলাৰ অতিশয় দক্ষ চৰ্মকাৰসকলে প্ৰস্তুত কৰে৷ তেওঁলোকে বলটোৰ টেনিং, গ্রীজিং, কাটিং, চিলাই, শ্বেপিং, লেকাৰিং আৰু ষ্টেম্পিঙকে ধৰি বিভিন্ন প্ৰক্ৰিয়াত দীঘলীয়া সময়ৰ বাবে কাম কৰে। সকলোকে মোহাচ্ছন্ন কৰি ৰখা এই খেলবিধৰ সৈতে জড়িত হোৱা স্বত্ত্বেও এই জীৱিকাক এটা জাতিভিত্তিক বৃত্তি হিচাপেই গণ্য কৰা হৈ আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shruti Sharma

শ্ৰুতি শৰ্মা এম.এম.এফ.–পাৰি ফেল’ (২০২২-২৩)। তেওঁ কলিকতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজত ভাৰতত খেল সামগ্ৰী তৈয়াৰীৰ সামাজিক ইতিহাস বিষয়ৰ ওপৰত পি.এইছডি-ৰ বাবে কৰ্মৰত।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷