Assamese-finding-fish-and-freedom-in-kangsabati-river

Puruliya, West Bengal

Jun 02, 2022

কংসাৱতী নৈত মাছ আৰু মুক্তিৰ সন্ধান

পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ অনিৰুদ্ধ সিংহ পাটৰে শুদাহাতেৰে মিছা আৰু আন মাছ-পুঠি ধৰে, কেনেকৈ কংসাৱতী নদীখন সলনি হৈছে আৰু কিয় তেওঁ কাম বিচাৰি প্ৰব্ৰজন কৰিবলগীয়া হয় সেই বিষয়ে তেওঁ পাৰিক কৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।