ৰজাৰ-হেনো-হাতীৰ-কাণৰ-লেখীয়া-কাণ

Ahmedabad, Gujarat

Jan 16, 2022

ৰজাৰ হেনো হাতীৰ কাণৰ লেখীয়া কাণ

সৰুতেই মাকৰ মুখে শুনা গল্প এটাৰ আলমত এগৰাকী মাকে সৰুকৈ এটি কবিতা ৰচিছে। ইয়াৰ সৈতে কোনো জীৱিত অথবা মৃত ব্যক্তিৰ সাদৃশ্যক সম্পূৰ্ণৰূপে পাঠকৰ কল্পনাপ্ৰসূত বুলি ধৰা হ'ব

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Mayuri Sharma Baruah

কৰ্মসূত্ৰে তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যাপনা কৰা ময়ূৰী শৰ্মা বৰুৱাৰ বাবে অনুবাদ এক শক্তিশালী মাধ্যম। মাতৃভাষা অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত দখল থকাৰ সুবাদত তেওঁ ইতিমধ্যে বহু কবিতা, গল্প তথা প্ৰৱন্ধ অসমীয়া, বাংলা আৰু ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁ নাৰী অধ্যয়ন, লিংগ অধ্যয়ন, মানৱ অধিকাৰ, শিশু সাহিত্যৰ দৰে বিষয়ত চৰ্চা কৰাত অধিক আগ্ৰহী।