হিয়ালত-আধাসজা-ঘৰত-এটা-ভগ্ন-পৰিয়াল

Balangir, Odisha

May 16, 2021

হিয়ালত আধাসজা ঘৰত এটা ভগ্ন পৰিয়াল

২০১৯ৰ চাৰিটা মাহৰ ভিতৰতে ওড়িশাৰ বালাংগীৰ জিলাৰ এগৰাকী দিনহাজিৰা কৰা শ্ৰমিক সুপাৰি পুটেলে স্বামী-পুত্ৰ দুয়োজনকে হেৰুৱাইছিল, এতিয়া অন্তহীন ধাৰ আৰু আধৰুৱা ঘৰটোৰে তেওঁ শোকে-বেজাৰে অকলশৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Anil Sharma

অনিল শৰ্মা ওড়িশাৰ কাণ্টাবাঞ্জী চহৰৰ এগৰাকী আইনজীৱী আৰু ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী গ্ৰামোন্নয়ন ফেল’ আঁচনিৰ এগৰাকী প্ৰাক্তন ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।