হাভেৰিত-হুমুনিয়াহ-হাড়ভঙা-শ্ৰম-কিন্তু-এটকাও-নাবাচে

Haveri, Karnataka

Dec 08, 2021

হাভেৰিত হুমুনিয়াহ: ‘হাড়ভঙা শ্ৰম, কিন্তু এটকাও নাবাচে’

মঙলা হৰিজনৰ দৰে মহিলা কৃষিশ্ৰমিকে হস্ত-পৰাগযোগ ঘটোৱা কাম কৰিবলৈ কৰ্ণাটকৰ হাভেৰি জিলাৰ পৰা আহে, বিলিয়ন ডলাৰ বীজৰ উদ্যোগত হাড়ভঙা শ্ৰমৰ বিনিময়ত তেওঁলোকে তেনেই নগণ্য মজুৰি পায়

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।