হাজাৰ-বাধ-নেওচি-হাভেৰিত-ৰত্নভাই-আশাৰ-বীজ-সিঁচিছে

Haveri, Karnataka

Oct 22, 2021

হাজাৰ বাধ নেওচি হাভেৰিত ৰত্নভাই আশাৰ বীজ সিঁচিছে

ধাৰৰ বোজাত পোত গৈ দাৰিদ্ৰ্য জীৱন কটোৱা ৰত্নভা হৰিজনে হাৰ মনা নাই, সন্তানকেইটাৰ শিক্ষা থমকি নৰওক, তাৰ বাবে যথাসাধ্য কষ্ট কৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।