সৌতাৰাত-নৈয়ে-কন্দুৱায়-দলঙৰ-আশা-নাই

Beed, Maharashtra

Jan 31, 2022

সৌতাৰাত নৈয়ে কন্দুৱায়, দলঙৰ আশা নাই

বজাৰৰ পৰা হস্পিতাললৈ, নৈখনে তেওঁলোকক একোৱেই সহজত নিদিয়ে। জীউটো হাতত লৈ নৈখন কোনোমতে পাৰ হ’ব পাৰিলেহে বৰ্হিজগতখনৰ সৈতে সম্পৰ্ক ৰক্ষা পৰে বীড় জিলাৰ সৌতাৰা গাঁৱৰ গঞা ৰাইজৰ, তাকো ক’ভিড-১৯ অহাত সেইখিনিও গঞাই নোপোৱা হ’ল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Chitrani Sonowal

মেঘালয়ৰ শ্বিলংস্থিত নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্ছিটিৰ পৰা লোকসংস্কৃতিৰ ডক্টৰেট ডিগ্ৰীধাৰী চিত্ৰানী সোনোৱাল এগৰাকী স্বতন্ত্ৰ গৱেষক৷ তেওঁক এইটো ঠিকনাত ইমেইল কৰিব পাৰিবঃ [email protected]