সোণগুটি-চপাবলৈ-কাশ্মীৰত-প্ৰব্ৰজিত-শ্ৰমিক-নাই

Ganderbal, Jammu and Kashmir

Apr 26, 2021

সোণগুটি চপাবলৈ কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিক নাই

মধ্য কাশ্মীৰত এইবাৰ ধানখেতি চপোৱাটো টান কাম হৈ পৰিছে। স্থানীয় শ্ৰমিকতকৈ কম মজুৰিত কাম কৰা নিপুণ হাতৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকল তলাবন্ধৰ ফলত কাশ্মীৰৰ পৰা ওলাই যাবলগীয়া হোৱাত খেতিয়কসকলে এইবাৰ ধান চপোৱাৰ আশা এৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।