সুখৰ-দিনবোৰ-স্মৃতি-হৈ-ৰল

West Kameng, Arunachal Pradesh

Sep 10, 2019

‘সুখৰ দিনবোৰ স্মৃতি হৈ ৰ’ল’

অৰুণাচল প্ৰদেশৰ হিমালয়ৰ পূৰ্বাঞ্চলৰ সুউচ্চ পৰ্বতাঞ্চলত যাযাবৰ জীৱন কটোৱা ব্ৰোকপা উপ-জনগোষ্ঠীয়ে জলবায়ু পৰিৱৰ্তনৰ অনুমান কৰিব পাৰিছে আৰু পৰম্পৰাগত জ্ঞানেৰে সেই পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ৰণনীতি প্ৰস্তুত কৰাত লাগিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporter

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Series Editors

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।