সীমাৰ-সিপাৰে-সু-চিকিৎসাৰ-আশাত

Kheri, Uttar Pradesh

Feb 24, 2022

সীমাৰ সিপাৰে সু-চিকিৎসাৰ আশাত

ভাৰত আৰু নেপাল, এই দুয়োখন দেশৰ মুক্ত সীমান্ত নীতিয়ে দেশদুখনৰ নাগৰিকসকলৰ বাবে দুই দেশৰ মাজত ভ্ৰমণ সুচল কৰি তুলিছে৷ এই নীতিয়ে উত্তৰ প্ৰদেশৰ খেৰি জিলাৰ লোকসকলক উন্নত আৰু কম খৰচী চিকিৎসা লাভতো সহায় কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Devanga Pallav Saikia

ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী দেৱাংগ পল্লৱ শইকীয়া সৃষ্টিশীল লেখাৰ প্ৰতি অতিকৈ আগ্ৰহী। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে চুটিগল্প আৰু প্ৰৱন্ধ লিখে। এতিয়ালৈ তেওঁ দুখনকৈ চুটিগল্পৰ সংকলন প্ৰকাশ কৰিছে।