সি-খিংখিঙীয়া-হৈ-পৰিছিল-গেঙেৰি-মাৰি-উঠিছিল

Beed, Maharashtra

Oct 09, 2021

'সি খিংখিঙীয়া হৈ পৰিছিল, গেঙেৰি মাৰি উঠিছিল’

বহুতৰে জীৱিকাৰ বাট মৰা ক’ভিড-১৯য়ে বীড় জিলাৰ বহু শিশু আৰু কিশোৰৰ জীৱন বিধ্বস্ত কৰি পেলাইছে, কৃষ্ণা গাৱাড়েৰ দৰে কিছুমানে চৰম পথ বাছি লৈছে। প্ৰতিদিনে তেওঁলোকে উদ্বিগ্নতা আৰু হতাশাৰ সৈতে অকলে যুঁজ দিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।