সিংঘুৰ-পৰা-সিংগুৰলৈ-যাত্ৰা

Hooghly, West Bengal

Apr 30, 2021

সিংঘুৰ পৰা সিংগুৰলৈ যাত্ৰা

দিল্লীৰ সীমান্তৱৰ্তী এলেকাত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষকসকলে একগোট হৈ মাৰ্চৰ মাজভাগত পশ্চিমবংগত এলানি সভাৰ আয়োজন কৰিছিল। হুগলিৰ সিংগুৰত হোৱা সেই সভাৰে এয়া এক প্ৰতিবেদন

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Anustup Roy

অনুষ্টুপ ৰয় কলকাতাৰ এগৰাকী ছফটৱেৰ অভিযন্তা। ক’ড নিলিখা সময়ত কেমেৰা লগত লৈ তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।